alismita goswami Instagram – সকলোকে অসমীয়া নৱবৰ্ষ তথা বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❣️
নৱ বৰ্ষৰ প্ৰতি পল সকলোৰে বাবে মঙ্গল ময় হওঁক তথা আগন্তুক দিনবোৰ ৰঙৰে উপচি পৰক, তাকেই কামনা কৰিলোঁ 🤍
Videography @pankaj_k_visual
Makeup @tulikasmakeover
Wearing @label_gayatri
Jewellery @doogdoogiassamesejewellerynew
#rongalibihu #happybihu #reelitfeelit #bihu | Posted on 14/Apr/2024 10:29:09