Kalpana Kalita

Kalpana Kalita Instagram – সমূহ শ্ৰদ্ধাস্পদ অসমবাসী ৰাইজক অসমীয়া বাপোতি সাহোন ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নববৰ্ষৰ শুভেচ্ছা জনালোঁ।
নৱবৰ্ষই কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু আনন্দৰ বতৰা তাৰেই কামনাৰে….ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। অসমীয়াৰ আয়ুসৰেখা এই বিহুটিয়ে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা।
এই বিহুৱে কঢিয়াই আনক ঐক্য আৰু সম্প্ৰিতীৰ বতৰা।
সেৱাৰ – কল্পনা.🙏 | Posted on 13/Apr/2024 20:09:14

Kalpana Kalita
Kalpana Kalita

Check out the latest gallery of Kalpana Kalita