Nishita Goswami Instagram – Enjoy the unbeatable benefits of homegrown fruits over market produce! Homegrown fruits are fresher, free from harmful chemicals, and more nutritious. At Siddhi Green Nursery, our grafted plants stay compact, perfect for smaller spaces and city homes, while delivering the same delicious taste and quality of a full-sized tree. Grow your own fresh, flavorful fruits right at home!🪴🍏🍎🍐🍉🌱
বজাৰত কিনা উৎপাদিত ফল-মূলতকৈ ঘৰতে উৎপাদিত ফলৰ সোৱাদ অনুভৱ কৰক । সতেজ , ৰাসায়নিক মুক্ত আৰু ঘৰুৱা ভাৱে উৎপাদিত ফলৰ সোৱাদ আপোনালোকে নিজ হাতে ৰুই ঘৰত থাকিয়েই ল’ব পাৰিব । যিহেতু আমি জানো কোনো ভেজাল নথকা সতেজ ফল-মূল আমাৰ স্বাস্হ্যৰ বাবে যথেষ্ট উপকাৰী । যদি আপুনি চহৰত থাকে তেন্তে সিদ্ধি গ্ৰীণ নাৰ্চাৰীত গ্ৰাফ্টেড কৰা ফল-মূলৰ পুলিবোৰ গ্ৰীনবেক বা পৰ্টত কম ঠাইতে ৰুই ভালকৈ যতন লৈ সুস্বাদু ফলৰ সোৱাদ ঘৰত থাকিয়েই আপুনি ল’ব পাৰিব । আজিয়েই ঘৰতে সতেজ, সোৱাদযুক্ত ফলৰ খেতি আৰম্ভ কৰক ।
Siddhi Greens Address: Dakhingaon Cycle Track, GG Rd, Sawkuchi, Guwahati, Assam 781040
Contact Number: 9706066321
#grafted #graftedplants #repotting #fruitplants #fruitsaladplants #homegrown #homegrownfoods #homegrownveggies #summerplants #freshfruits #freshfruitssalad #freshfruitsandveggies #plantation #plantoholic #varietyofplants #nature #plants #flowers #plantsingarden #gogreenorgohome #plantshop #plantshoping #guwahatinursery #plantseller #guwahati #siddhigreens | Posted on 09/Jun/2024 13:19:27