Nishita Goswami

Nishita Goswami Instagram – ৰঙালী”..
অসমীয়া কলা সংস্কৃতিক অকণমান বেলেগকৈ উপস্থাপন কৰাৰ এটি সুন্দৰ প্ৰয়াস ৰঙালী, বিশেষকৈ নতুন প্ৰজন্মই আঁকোৱালি লবলৈ আগ্ৰহ প্ৰকাশ কৰা এটি বৃহৎ পদক্ষেপ ৰঙালী।শ্যামকানো মহন্তদাৰ নেতৃত্বত হোৱাএই প্ৰচেষ্টাই স্বাভাৱিকতে সকলোকে দিছে এটি নতুন অভিজ্ঞতা।
ৰঙালীৰ লগত জড়িত হোৱাটো নিশ্চয়কৈ মোৰ বাবে এক সুন্দৰ অভিজ্ঞতা।বিশেষকৈ ‘Juthika boutique”য়ে অতি মৰমত আগুৱাই দিয়া পোছাক তথা মৰমৰ জোনালী বৰুৱাৰ মেক-আপে দিলে অনুষ্ঠানটিত নিজক উপস্থাপন কৰাৰ সঁহাৰি।
ৰঙালী দীঘলীয়া হওঁক।বিশ্বই অনুভৱ কৰক আমাৰ থলুৱা গীত মাতৰ লগতে খাদ্য তথা স্বাভিমানৰ কথা, “অসমীয়া” শব্দটো প্ৰবাহিত হওঁক ভৌগলিক সীমা পাহৰি।
ধন্যবাদ ৰঙালীৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ…
ধন্যবাদ এই অনুষ্ঠানটিক সফল কৰা প্ৰতিখন মুখক।

শুভেচ্ছা।

My love and gratitude to the entire team of @rongaligoodvibes

Assamese traditional attire by @juthika_by_momita

Makeup n styling by💄 @jonaliboruahmakeupartist

Videography 🎥 @bhargab_sarma_photography

Edited by @sarkar_xourabh
.
.
.
.
#viral #reels #guwahati #rongali #vibes | Posted on 26/Jun/2024 17:26:47

Nishita Goswami
Nishita Goswami

Check out the latest gallery of Nishita Goswami