Nishita Goswami

Nishita Goswami Instagram – Im so honoured to be a part of Jagannath Rath Yatra by ISCON TEMPLE GUWAHATI

পৃথিৱীখন বিশ্বাসত চলে আৰু পৰম ঈশ্বৰ শ্ৰী শ্ৰী জগন্নাথদেৱৰ শ্ৰী চৰণত প্ৰাপ্তি হয় আধ্যাত্মিক ৰসৰ সৰ্বোচ্চ স্পৰ্শৰ।
মহানগৰীৰ iskcon পৰিয়ালৰ লগত আজি অংশ গ্ৰহণ কৰিলোঁ ৰথ যাত্ৰাত।প্ৰতিটো খোজত অনুভৱ হ’ল আত্মাৰ স্পৰ্শ।লগত সংগ দিলে বিজুলি বাইদেউ, ননি দা আৰু মৃগেনদাই আৰু স্বাভাৱিকতে এনে অনুষ্ঠানত বিচাৰি পোৱা যায় নিজকে ,লগতে নিজৰ অস্তিত্বক।
ঈশ্বৰে সকলোকে ভালে ৰাখক। 🙏🙏🙏🙏 | Posted on 07/Jul/2024 18:41:27

Nishita Goswami
Nishita Goswami

Check out the latest gallery of Nishita Goswami